POK – (Pakistan Occupied Kashmir) Secret Unfolded

POK নামটোৰ অন্তৰালত কি আছে বাৰু জানিব মন নাযাই নে - ইয়াৰ বিষয়ে জানিবলৈ হলে আমি জম্মু কাশ্মীৰৰ ইতিহাস অলপ জানিলে বেছি ভাল হয় ।এই সম্পৰ্কে উল্লেখ আছে 'ৰাজতৰঙ্গিনীত'। 'ৰাজতৰঙ্গিনী'হ'ল এখন ঐতিহাসিক গ্ৰন্হ। বুৰঞ্জীবিদ কল্হণে ১২ শতাব্দীত এই 'ৰাজতৰঙ্গিনী'ত কাশ্মীৰৰ কথা লিখিছিল। ৰাজতৰঙ্গিনী সংস্কৃত ভাষাত লিখিত এখন গ্ৰন্হ। ৰাজতৰঙ্গিনীৰ অৰ্থ হ'ল 'ৰজাসকলৰ নদী বা ৰজাসকলৰ…