নিৰ্বান

বুদ্ধদেৱৰ ধৰ্ম দৰ্শন প্ৰকৃততে নৈতিকভাৱে জীৱন - যাপন কৰিব পৰা এক ব্যৱহাৰিক দৰ্শন। য'ত তেওঁ তাত্বিক আলোচনাক সম্পূৰ্ণৰূপে পৰিহাৰ কৰি জীৱনোপযোগী এক ব্যৱহাৰিক দৰ্শনৰ সূত্ৰপাত কৰি জীৱনৰ প্ৰকৃত সত্যক জানিবলৈ দিছে।মানৱ জীৱনত থকা দুখ সুখৰ নিবৃত্তিৰ বাবে তেওঁ সুদীৰ্ঘকাল সাধনাত নিমগ্ন হৈ চাৰিটা মূল সত্যৰ সন্ধান কৰি পাইছিল যাক' চত্বাৰি আৰ্যসত্যানি বা অৰ্যসত্য 'বুলি কোৱা…

অসমৰ লোকশিল্পসমূহ

লোক-শিল্পত আমাৰ সমাজৰ প্ৰকৃত ছবি ফুটি উঠে । দৈনন্দিন প্ৰয়োজনৰ লগতে সামাজিক অনুষ্ঠানৰ লগতো লোক-শিল্পৰ সম্বন্ধ আছে ।অসমৰ গাঁৱৰ মানুহে নিত্য ব্যৱহাৰৰ কাৰণে লোক থলুৱা সম্পদৰ ওপৰত নিৰ্ভৰ কৰি আহিছে ।অসমৰ সমাজ ব্যৱস্থাত কুটিৰ শিল্পই আৰ্থিক উন্নয়নত বিশেষভাৱে প্ৰভাৱ পেলাইছে। ভাৰতীয় অৰ্থনীতিতো বিভিন্ন ৰাজ্যৰ কুটীৰ শিল্পই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।আধুনিক যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ…

বুদ্ধ ভিক্ষুনী আম্ৰপালি

"ঔঁ মনি পদমে হুম" ॐ मणि पदमे हूम्‌' এদিন এহাল দুখীয়া দম্পতীয়ে ঘৰলৈ উভতি অহাৰ পথত এজোপা আমগছৰ তলত দিপলিপ কন্যা কেছুৱাজনী দেখা পাই ঘৰলৈ লৈ আনে । আমগছ জোপাৰ তলত পোৱা বাবে তাইৰ নাম ৰাখিলে আম্ৰপালী।লাহে লাহে হিয়াৰ আমঠু আম্ৰপালীজনী ডাঙৰ হৈ আহিব ধৰিলে ।আম্ৰপালীৰ দেহৰ ভাঁজে ভাঁজে ফুটি উঠিছিল সৌন্দৰ্য্যৰ লালিমা। যিজনে আম্ৰপালীক…

সোঁৱৰণিৰ বালিচৰ ৬

ক'লা পৰা চিমনিটোৰ ওপৰত কাগজেৰে মেৰিয়াই লোৱা লেম্পটোলৈ কেতিয়াবা মনত পৰেনে বাৰু? সেই যে কাৰেণ্ট যোৱাৰ পিছত ঢিমিক-ঢামাক পোহৰত কিতাপ পঢ়িবলৈ লোৱাৰ মাদকতাবোৰ কেতিয়াবা বিছাৰি ফুৰিবলৈ মন নাযায়নে ?ল'ড শ্বেডিঙত আন্ধাৰে আবৰি ধৰাৰ লগে সকলোৰে ঘৰে ঘৰে জ্বলিছিল সেই লেম্পবোৰ।ঘৰৰ পৰা ওলাই আহি ইঘৰে সিঘৰৰ লগত মনৰ কথাবোৰ পাতিবলৈ যেন দিছিল এই ল'ড শ্বেডিঙে ।…

তেজেৰে ধূসৰিত কাশ্মীৰ

আপোনালোকক জনাবলৈ পাই অতন্ত্য সুখী যে ২০ ডিচেম্বৰ 2020 ত মোৰ দ্বিতীয়খন গ্ৰন্থ , "তেজেৰে ধূসৰিত কাশ্মীৰ" উন্মোচন কৰা হয়| কাশ্মীৰত সংঘটিত বাস্তৱিক ইতিহাসৰ সন্নিবিষ্টৰে আকৰ্ষণীয় গ্ৰন্থখনি আজি গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰেখা প্ৰকাশনৰ বেনাৰত উন্মোচন কৰা হয় । আশাকৰো পঢ়ুৱৈ সকলে গ্ৰন্থখন আঁকোৱালি লব ।

~ৰেজাঙ লাই চকুপানী উলিয়ালেও নাথোলাই ভৰসা দিয়ে~~

~~ৰেজাঙ লাই চকুপানী উলিয়ালেও নাথোলাই ভৰসা দিয়ে~~ কাৰ্লমাক্স , ফেড্ৰিক এংগেলচৰ সাম্যবাদ অৰ্থাৎ সমতামূলক বৰ্গবিহীন সমাজৰ প্ৰতি আকৃষ্ট হৈ চীনত সাম্যবাদ প্ৰতিস্ঠা কৰিবলৈ ১৯১৯ চনতে পেকিঙৰ অধ্যাপক আৰু ছাত্ৰসকলে মাৰ্ক্সবাদ, সাম্যবাদ পঢ়িবলৈ এক সংস্থা স্থাপন কৰিছিল।এওঁলোকৰ ভিতৰত আছিল মাও সে তুংগ ( Mao Tse Tung ) বা মাও জেডঙ ( Mao Zedong )।পৰবৰ্তী কালত চীন…

সোঁৱৰণিৰ বালিচৰ#৫

~~সোঁৱৰণিৰ বালিচৰ ৫ ~~ স্কুলৰ বাৰাণ্ডাখনত বহি তাইলৈ চাই আছিলোঁ অবাক হৈ চাইকেল লৈ স্কুল আহিছে। দুইজনী বায়েক ভনীয়েকে চাইকেল চলাই স্কুল আহে । গোটেই স্কুলখনত দুখনেই চাইকেল।মই পঞ্চম শ্ৰেনীত নাম লগাইছো । স্কুল বহু দুৰৈত আমাৰ কোৱাৰ্টাৰৰ পৰা। খোজ কাঢ়ি অহা যোৱা কৰোঁ প্ৰায় ।টিফিনত সেইদিনা মায়ে ভাত, দাইল আৰু অমলেট দিছিল।তাইৰ চাইকেলখনলৈ চাই…

POK – (Pakistan Occupied Kashmir) Secret Unfolded

POK নামটোৰ অন্তৰালত কি আছে বাৰু জানিব মন নাযাই নে - ইয়াৰ বিষয়ে জানিবলৈ হলে আমি জম্মু কাশ্মীৰৰ ইতিহাস অলপ জানিলে বেছি ভাল হয় ।এই সম্পৰ্কে উল্লেখ আছে 'ৰাজতৰঙ্গিনীত'। 'ৰাজতৰঙ্গিনী'হ'ল এখন ঐতিহাসিক গ্ৰন্হ। বুৰঞ্জীবিদ কল্হণে ১২ শতাব্দীত এই 'ৰাজতৰঙ্গিনী'ত কাশ্মীৰৰ কথা লিখিছিল। ৰাজতৰঙ্গিনী সংস্কৃত ভাষাত লিখিত এখন গ্ৰন্হ। ৰাজতৰঙ্গিনীৰ অৰ্থ হ'ল 'ৰজাসকলৰ নদী বা ৰজাসকলৰ…

কিম জঙ উন

১৯১০ চনত কোৰিয়া জাপানৰ অধিন আছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্ব যুদ্ধত অন্তত জাৰ্মানে আত্মসমৰ্পণ কৰাৰ পিছত আমেৰিকা আৰু ছোভিয়েত ৰাছিয়াৰ সহযোগত দুটা ভাগত বিভক্ত হয়। ইয়াৰে উত্তৰ ভাগক ছোভিয়েত ৰাছিয়াই আৰু দক্ষিণ ভাগক আমেৰিকাই অধীন কৰি লয়।দুয়োখন দেশ একত্ৰীকৰণৰ পক্ষপাতী নোহোৱা বাবে ১৯৪৮ চনত উত্তৰ কোৰিয়াত ছচিয়েলিষ্ট ডেম'ক্ৰেটিক পিপ'ল ৰিপাব্লিক অৱ কোৰিয়া গঠন হয় আৰু…